SCERT Assam D.El.Ed Solved Question Paper 2022 - Assam D.El.Ed Pet Answer Key 2022

Solved Question Paper of SCERT Assam D.El.Ed Exam 2022 | SCERT Assam D.EL.ED. Entrance Test 2022

Hello, aspirants are you preparing for SCERT Assam D.El.Ed Entrance Exam 2022 or any other Assam Govt Exams? If yes, then you must be aware of the most important Solved Questions and Answers for the Assam D.EL.ED Pet exam preparation. Therefore every future aspirants need to know the latest SCERT Assam D.El.Ed Solved Question Paper 2022 held on Sunday, 29th May, 2022. In this regard "World_Polity" decides to provide you the most important Solved Question Paper of SCERT Assam D.El.Ed Exam 2022 as well as this Assam D.El.Ed Pet Answer Key 2022 is also important for APSC/TET/PNRD/JAA/Irrigation/Assam Police exams. Infact the Assam D.EL.ED solved Question Paper 29 May 2022 will be very important for the upcoming Assam D.El.Ed Entrance Exams. So D.El.Ed Answer Key 2022 Assam will be a pedestrian to crack your exam.

SCERT Assam D.El.Ed Solved Question Paper 2022 - Assam D.El.Ed Pet Answer Key 2022

D.El.Ed Answer Key 2022 Assam

SCERT Assam D.El.Ed Answer Key 2022

In this article we have given you the SCERT Assam D.El.Ed Answer Key 2022 for preparation. So, read this Solved Question Paper of Assam D.El.Ed Entrance Exam 2022. To give you the best we are here with our special article regarding Solved Question Paper of SCERT Assam D.El.Ed Exam 2022.

SCERT Assam D.EL.ED. Entrance Test 2022

In order to succeed in the prestigious SCERT Assam D.EL.ED. Entrance Test, it is important that the aspirant has access to the latest updated syllabus and uses the best study material to prepare for the examination. Specially the toppers recommend that aspirant start their preparation by preparing Solved Question Paper of Assam D.El.Ed Entrance Exam.

Solved Question Paper of SCERT Assam D.El.Ed Exam 2022

Well here are the important Solved Question Paper of SCERT Assam D.El.Ed Exam 2022 which was held on Sunday, 29th May, 2022. Therefore read this most important Solved Question Paper for SCERT Assam D.EL.ED. Entrance Test to prepare for future D.El.Ed Entrance Exam. 

Assam Grade III & Grade IV Exam Syllabus - Click Here

DHS Assam Previous Years Question Paper - Click Here

Download General Knowledge E-book for Competitive Exam - Click Here

SCERT Assam D.El.Ed Solved Question Paper 2022 - Assam D.El.Ed Pet Answer Key 2022

(1) ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰা হয় ? 

উত্তৰ : 12 জন

(2) পানীৰ তলত কাঁইট মানে কি ?

উত্তৰ : নেদেখা শত্ৰু

(3) CD ৰ ৰোমান সংখ্যাত মান কিমান ?

উত্তৰ : 400

(4) ব্ৰিটিছসকলে অসমত কিমান চনৰ পৰা কিমান চনলৈকে শাসন কৰিছিল ?

উত্তৰ : 1826 - 1947

(5) জ্ঞানপীঠ বঁটা কোনে কোনে পাইছিল ?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু নীলমণি ফুকন ।

(6) বৰ্তমান ৰাছিয়াৰ ৰাষ্ট্যপতি জনৰ নাম কি ?

উত্তৰ : ভ্লাদিমিৰ পুটিন

(7) Biodiversity Day কেতিয়া পালন কৰা হয় ?

উত্তৰ : 22 may

(8) প্ৰতিবন্ধী দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ : ৩ ডিচেম্বৰ

(9) Consumer right's Day কেতিয়া পালন কৰা হয় ?

উত্তৰ : 15 march

(10) 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কোনে কৰিছিল ?

উত্তৰ : গোমধৰ কোঁৱৰ

(11) লাইকেন কি ?

উত্তৰ : শেলাই আৰু ভেঁকুৰ

(12) তলৰ কোনটো শুদ্ধ ?

উত্তৰ : পুৰস্কাৰ

(13) সতীশ শব্দৰ সন্ধি ভাঙা --

উত্তৰ : সত + ঈশ

(14) ইটাখুলি ৰনৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?

উত্তৰ : গদাধৰ সিংহ

(15) উত্তৰ মেৰু অঞ্চলত আটাইতকৈ দীঘলীয়া দিন কোনটো ?

উত্তৰ : 21 june

(16) গোলকাৰ আয়তনৰ সূত্ৰটো কি ?

উত্তৰ : 3/4 pi r3

(17) ফুলগুৰি ধেৱা কেতিয়া হৈছিল ?

উত্তৰ : 1861 চনত

(18) AIDS কেনেদৰে বিয়পে ?

উত্তৰ : যৌন সম্পৰ্কৰ দ্বাৰা AIDS সাধাৰণতে বিয়পে ।

(19)  তলৰ কোনে ভাৰতৰত্ন পাইছে ?

Bhupen Hazarika, Lata Mangeshkar, Bismillah Khan
উত্তৰ :

(20) 2020 SSSA ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰ : Independent State School Standards Authority

(21) ডক্টৰে দাঁত চাবলৈ কি দাপোন ব্যৱহাৰ কৰে ?

উত্তৰ : অৱতল দাপোন

(22) কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্ৰ‍্যাঘা প্ৰকল্প আছে ?

উত্তৰ : মানাহ

(23) স্বত্ব বিলোপ নীতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰ :

(24) তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ ?

উত্তৰ : মাটি

(25) অমৰলতা এবিধ কি উদ্ভিদ ?

উত্তৰ : পৰজীৱী উদ্ভিদ

(26) কোনটো জীৱই বায়ু নোহোৱাকৈ জীয়াই থাকিব পাৰে ?

উত্তৰ : ইষ্ট

(28) কোনো এটা সংখ্যাৰ 51 % যদি 714 হয় তেন্তে সেই সংখ্যাটোৰ 28 % কিমান হ'ব ?

উত্তৰ : 392

(29) Court : Justice = School :

উত্তৰ : Education

(30) কোনখন দেশৰ সংবিধান লিখিত নহয় ?

উত্তৰ : ইংলেণ্ড

(31) তলৰ কোনটো বহুবচন

উত্তৰ : সিহঁত

(32) 4500 টকাৰ 5 % সূতৰ হাৰ 2 1/2 বছৰত সুত কিমান ?

উত্তৰ : 562.50 টকা

(33) পশ্চিমৰ পৰা পূবলৈ ক্ৰমত সজোৱা: - Iran Iraq Saudi Arabia Egypt ?

উত্তৰ :

(34) ভাৰতৰ সংবিধানত শিক্ষাৰ কথা উল্লেখ থকা article ?

উত্তৰ :

(35) তলৰ কোন কেইজনে জ্ঞান পীঠ বঁটা লাভ কৰিছে ? বিৰিঞ্চি কুমাৰ বৰুৱা, ভূপেন হাজৰিকাৰ, ইন্দিৰা মিৰি, মামণি ৰয়ছম গোস্বামী, নীলমণি ফুকন।

উত্তৰ :

(36) কোনটো বৃক্কৰ কাৰ্য নহয়?

উত্তৰ :

(37) 15 মাৰ্চত কি দিৱস পালন কৰে? 

উত্তৰ :

(38) অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 

উত্তৰ :

(39) এখন কিতাপৰ কিনা দাম 270 হলে 20 % লোকচান হলে বেছা দাম কিমান ?

উত্তৰ :

(40) He have not eaten_yesterday. 

উত্তৰ :

(41)  সৰল দোলনৰ সূত্ৰটো কি ? 

উত্তৰ : 

(42) কোন সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ কৰ্তন কৰা হৈছে ?

উত্তৰ : 44 তম সংশোধনী

(43) চিটি অফ চেভেন হিলছ বুলি কাক কোৱা হয় ?

উত্তৰ : ৰোম

(44) ডিমাপুৰ কোন বংশৰ ৰাজধানী আছিল ?

উত্তৰ : কছাৰী

(45) কোন সংশোধনীৰ দ্বাৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন ঘটোৱা হৈছে ?

উত্তৰ : 42 তম

(46) গেলিলিওৱে কি আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : টেলিস্কোপ

Must visit : Indian Geography PDF for Competitive Exams

Must visit : Apply Latest & Upcoming Govt Jobs in Assam 2022

Must visit : DHS Technical Exam Grade III Answer Key 2022

Assam Current Affairs 2022 - Click Here

Now World_Polity is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

• APSC Prelims Solved Question Paper

• Assam Police SI Solved Question Paper 2022

• Assam Police AB UB Solved Question Paper 2022

Well this article on SCERT Assam D.El.Ed Solved Question Paper 2022 - Assam D.El.Ed Pet Answer Key 2022 is completely based on Memory based questions of SCERT Assam D.EL.ED. Entrance Test 2022. So do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask. 

Post a Comment

0 Comments

close